अर्थ : ধর্মান্ধ হোৱা অৱস্থা
उदाहरण :
ধর্মান্ধতা ব্যক্তি আৰু সমাজৰ কাৰণে লাভদায়ক নহয়
अर्थ : নিজৰ মত বা সম্প্রদায়ৰ কথালৈ আকোঁৰগোজ হৈ থকা স্বভাৱ
उदाहरण :
হিন্দু তথা মুছলমানৰ ধর্মান্ধতাৰ কাৰণেই অযোধ্যা বিবাদ হৈছিল
पर्यायवाची : গোৰামী, ধর্মোন্মাদনা