पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ধাই शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ধাই   বিশেষ্য

अर्थ : শিশুৰ চোৱাচিতা কৰা দাসী

उदाहरण : কাম-কাজত ব্যস্ত মহিলাসকলে নিজৰ শিশুৰ কাৰণে ধাই ৰাখে

अर्थ : কেঁচুৱা জন্ম দিয়াত সহায়তা কৰা স্ত্রী

उदाहरण : আজিকালি ্গাঁৱৰ ধাইসকলকো চৰকাৰী প্রশিক্ষণ দিয়া হয়

पर्यायवाची : ধাই মাতৃ

अर्थ : প্রসূতিৰ যতন আৰু সেৱা-শুশ্রূষা কৰা কৰা স্ত্রী

उदाहरण : চিকিৎসকে প্রসূতিৰ চোৱা-চিতাৰ কাৰণে এগৰাকী ধাই নিযুক্ত কৰিলে

पर्यायवाची : ধাত্রী

अर्थ : আনৰ কেঁচুৱাক নিজৰ পিয়াহ খুৱাই প্রতিপাল কৰা স্ত্রী

उदाहरण : মাকৰ মৃত্যুৰ পিছত এগৰাকী ধাত্রীৰ কোলাত শ্যাম ডাঙৰ-দীঘল হৈছিল

पर्यायवाची : ধাই মা, ধাত্রী

चौपाल