अर्थ : কোনো নিয়মিত বা নির্দিষ্ট সময় যাৰ আগতে কোনো কাম হোৱাটো আৱশ্যক
उदाहरण :
এই কামটো কৰাৰ ম্যাদ পাৰ হৈ গʼল
पर्यायवाची : কালসীমা, খঁতিৰা, নির্দিষ্ট সময়, নির্ধাৰিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, সময়সীমা, ্ধার্য্যসময়
अर्थ : কোনো এক নির্দিষ্ট সময়ৰ পৰা আন এক নির্দিষ্ট সময়লৈকে
उदाहरण :
এই কামটোৰ সময়সীমা বৃদ্ধি কৰিব নোৱাৰি
पर्यायवाची : খঁতিৰা, নির্দিষ্ট সময়, নি্র্ধাৰিত সময়, নিৰূপিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, সময়সীমা, ্কালসীমা