पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ধাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ধাৰ   বিশেষ্য

अर्थ : মালিক পক্ষক পিছত পৰিশোধ কৰা কোনো বস্তু আদিৰ পৰিমাণ

उदाहरण : এতিয়া কাপোৰৱালা মহাজনৰ মোৰ ওচৰত দুহাজাৰ টকাৰ ধাৰ আছে

अर्थ : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে

उदाहरण : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই

पर्यायवाची : ধাৰা, প্রবাহ

अर्थ : হঠাৎ জোৰেৰে অহা প্রৱাহ

उदाहरण : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে

पर्यायवाची : লহৰ

अर्थ : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত

उदाहरण : এই তৰোৱালখনৰ পানী চাবলগীয়া

पर्यायवाची : পানী

अर्थ : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন

उदाहरण : তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে

पर्यायवाची : ঋণ

अर्थ : নির্দিষ্ট সময়ত ঘূৰাই দিম বুলি কাৰোবাৰ পৰা লোৱা কোনো বস্তু, টকা আদি

उदाहरण : ৰামে কিতাপখন কিনিবৰ কাৰণে মোৰ পৰা এশ টকা ধাৰলৈ লʼলে

अर्थ : হাতিয়াৰ বা অস্ত্রৰ চোক

उदाहरण : কটাৰীখনৰ ধাৰ নোহোৱা হʼল

अर्थ : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ

उदाहरण : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়

पर्यायवाची : ধাৰা, প্রৱাহ, সোঁত

चौपाल