अर्थ : কোনো দেশৰ নিবাসী
उदाहरण :
ভাৰতত নাগৰিকৰ সুবিধাৰ কাৰণেই পাঁচবছৰীয়া যোজনাবিলাক চলোৱা হʼল
पर्यायवाची : নাগৰিক
अर्थ : যি নগৰত বাস কৰে বা নগৰত থাকে
उदाहरण :
গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত
पर्यायवाची : চহৰীয়া, নগৰ নিবাসী, নগৰীয়া