अर्थ : আনন্দত জঁপিওৱা-জঁপি কৰা
उदाहरण :
চাকৰি পোৱাৰ খবৰ পাই মনোহৰে নাচিবলৈ ধৰিলে
अर्थ : সংগীতৰ লগত তাল স্বৰ অনুযায়ী ভাব-ভঙ্গী দেখুৱাই জঁপিওৱা, ঘূৰা আৰু এই ধৰণৰ অন্য মুদ্রা দেখুওৱা কার্য
उदाहरण :
তেওঁ খুউব ভাল নাচিছিল
पर्यायवाची : নর্তন ্ কৰা, নৃত্য কৰা