अर्थ : বৰষুণৰ পানী বৈ অহা জলপথ
उदाहरण :
একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে
पर्यायवाची : নলা-নর্দ্্মা
अर्थ : যি নলীৰে লেতেৰা পানী আদি বৈ যায়
उदाहरण :
ঘৰৰ নর্দ্্মাৰ পৰা ওলোৱা পানী গৈ বাটত একগোট হʼলে বেমাৰৰ উৎপন্ন হʼব পাৰে
पर्यायवाची : নর্দ্্মা
अर्थ : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়
उदाहरण :
এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে
पर्यायवाची : নলা-নর্দ্্মা