सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নিঃসৰণ বা নিষ্কাশনৰ বাবে থকা নলীৰ নিচিনা গঠন যʼত কিছুমান তৰল থাকে
उदाहरण : আমাৰ শৰীৰত কেইবা ধৰণৰ নলিকা থাকে
पर्यायवाची : নলিকা
अर्थ : পানী বৈ যোৱা সৰু পথ বা সৰু জান
उदाहरण : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল
पर्यायवाची : নর্দম্া, নলা, লোৰ
अर्थ : গোল-দীঘলীয়া ফোঁপোলা বস্তু
उदाहरण : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে
पर्यायवाची : চুঙা, চুঙী, নল, নলা, নলিচা, পাইপ
अर्थ : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে
उदाहरण : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই
पर्यायवाची : টেপ, পানী-নলী
इंस्टॉल करें