सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু কাম আদি নষ্ট হৈ যোৱা
उदाहरण : তেওঁৰ ব্যৱসায় সম্পূর্ণৰূপে ডুবিল
पर्यायवाची : ডুবা
अर्थ : কোনো বস্তুৰ ৰূপ-গুণ কমি অহা বা সি ক্রমে আগৰ অৱস্থাৰ পৰা বেয়া হৈ অহা কার্য
उदाहरण : এই যন্ত্রটো নষ্ট হৈ গʼল
पर्यायवाची : অনিষ্ট হোৱা, বিকাৰ ঘটা, বিকৃত হোৱা
इंस्टॉल करें