सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ৰংগমঞ্চত অভিনেতাই কৰা অংগীভংগী, বেশভূষা আৰু কথোপকথন জৰিয়তে কৰা ঘটনাৰ প্রদর্শন
उदाहरण : গায়নৰ লগতে বাদনো নাট্য ক্ষেত্রত আৱশ্যক
पर्यायवाची : নাট্য
अर्थ : এবিধ সাহিত্যকৃতি যাক ৰংগমঞ্চত অভিনেতা-অভিনেত্রীৰ অঙ্গী-ভঙ্গী, কথোপকথন আদিৰ দ্বাৰা প্রদর্শিত কৰা হয়
उदाहरण : তেওঁ লিখা ভালেমান নাটক ৰংগমঞ্চত প্রদর্শিত হৈছে
पर्यायवाची : নাট, নাটিকা, নাট্য
अर्थ : কাৰোবাক ঠগিবৰ কাৰণে সজা ৰূপ বা কৰা কাম
उदाहरण : তেওঁ ্বেমাৰ হোৱাৰ ভাও জুৰি আছে
पर्यायवाची : অভিনয়, ভাও জোৰা
इंस्टॉल करें