अर्थ : জৰায়ুজ জন্তুৰ পেটৰ সোমাজত থকা ঘূৰণীয়া খোৰ বা গাঁত যʼত গর্ভাৱস্থাত জৰায়ুনলী লগ-লাগি থাকে
उदाहरण :
এই কেঁচুৱাটোৰ নাড়ী পকিছে
पर्यायवाची : উদৰাবর্ত, নাই, নাড়ী, নাভি, নাভিকুণ্ডল, নাভিকুণ্ডলী, নাভিকূপ, নাভিদেশ, নাভিমণ্ডল, নাভিস্থল
अर्थ : প্রাণীৰ পেটৰ ভিতৰত থকা এক বিশেষ নলী যি গুহ্যদ্বাৰলৈকে থাকে আৰু যাৰ মাজেদি মল বা অদৰকাৰী পদার্থ ্ বাহিৰ হৈ যায়
उदाहरण :
আমিষভোজী মানুহৰ অন্ত্রৰ ভিতৰখন লাহে-লাহে ডাঙৰ হৈ যায়
पर्यायवाची : অন্ত্র, অন্ত্রজঠৰ, নাড়ি-ভুড়ু, নাড়ী