अर्थ : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য
उदाहरण :
আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব
पर्यायवाची : অস্বীকাৰ
अर्थ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
उदाहरण :
চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
पर्यायवाची : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত