अर्थ : বিশেষকৈ ইংৰাজসকলৰ ধৰণ-কৰণ অনুসৰি সৰু লʼৰা-ছোৱালীক শিক্ষা দিয়া পাঠশালা
उदाहरण :
তেওঁ নিজৰ লʼৰাটোক নার্চাৰীত নামভর্তি কৰি দিছে
अर्थ : যি ঠাইত গছপুলি আৰু বীজ আদি বিক্রী কৰা হয়
उदाहरण :
তেওঁ ্নার্চাৰীৰ পৰা আম আৰু আঙুৰৰ পুলি কিনিলে