सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো নিজৰ বা যʼত নিজৰ অধিকাৰ আছে
उदाहरण : এইয়া মোৰ নিজা সম্পত্তি
पर्यायवाची : আত্ম, নিজা, স্বকীয়, স্বায়ত্ত
अर्थ : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ
उदाहरण : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়
पर्यायवाची : আত্মীয়
अर्थ : যিটো নিজৰ পক্ষৰ লগত জড়িত বা নিজ পক্ষৰ
उदाहरण : এইটো স্বপক্ষী বিষয়
पर्यायवाची : স্বপক্ষীয়
इंस्टॉल करें