अर्थ : দূৰ কৰিব পৰা বা দূৰ কৰাওতাজন
उदाहरण :
তেওঁ বিষৰ পৰা উপশম পাবৰ কাৰণে বিষ নিবাৰক ঔষধ সেৱন কৰি আছে
पर्यायवाची : নির্মূল্্কাৰী
अर्थ : যিয়ে প্রশমিত বা শান্ত কৰে
उदाहरण :
এইটো অগ্নি প্রশামিত যন্ত্র
पर्यायवाची : প্রশামক, শাম কাটোতা
अर्थ : নিবাৰণ কৰা
उदाहरण :
মেলেৰিয়া ৰোগ বিয়পাৰ আগতেই গাঁৱবোৰত মেলেৰিয়া নিবাৰক ঔষধ বিতৰণ কৰা হৈছে
पर्यायवाची : ৰোধক