अर्थ : প্রাণীৰ নাক বা মুখৰ পৰা বাহিৰলৈ ওলাই অহা বতাহ
उदाहरण :
নিশাহত কার্বন ্ডাই অক্সাইড প্রাণীৰ শৰীৰৰ পৰা ওলাই আহে
पर्यायवाची : নিশ্বাস
अर्थ : ফুমাৰোঁতে মুখৰ পৰা ওলোৱা বতাহ
उदाहरण :
নিশাহত চাকিটো নুমাই থাকিল