सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
उदाहरण : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
पर्यायवाची : মন্দ, ৰস
अर्थ : ভাল গোন্ধ
उदाहरण : ফুলৰ সুগন্ধই বাগিচাখন আমোলমোলাই আছে
पर्यायवाची : পৰিমল, সুগন্ধ, সুঘ্রাণ, সুবাস, সুৰভি, সৌগন্ধ, সৌৰভ, সৌৰভ্য
अर्थ : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ
उदाहरण : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল
पर्यायवाची : অর্ক, আৰক, মূল, ্সাৰ অংশ, ৰস
इंस्टॉल करें