अर्थ : যিয়ে কোনো কাম নকৰে
उदाहरण :
আমাৰ গাঁৱত আপুনি দুই-চাৰি জন নি্ষ্কর্মা বিচাৰি পাব
पर्यायवाची : অকর্মণ্য ব্যক্তি
अर्थ : অনাহকত ইফালে-সিফালে ঘূৰিফুৰা কার্য
उदाहरण :
তেওঁ কিবা কাম-বন কৰাৰ পৰিৱর্তে দিনৰ দিনটো নি্ষ্কর্মা হৈ ঘূৰি ফুৰে
पर्यायवाची : কর্মবিহীন