सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ কোনো অর্থ ্নাথাকে
उदाहरण : তোমাৰ এই অর্থহীন প্রশ্নৰ মোৰ ওচৰত কোনো উত্তৰ নাই
पर्यायवाची : অনর্থক, অর্থহীন
अर्थ : যিটো উপযোগী নহয় বা কোনো কামত নাহে
उदाहरण : এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
पर्यायवाची : অনর্থক, অনুপযোগী, অপ্রযোজ্য, অপ্রয়োজনীয়, অব্যৱহার্য, ্অলাগতিয়াল, ্বেকাৰ
अर्थ : যাৰ কোনো ফল বা পৰিণাম নাই
उदाहरण : মই তেওঁক বুজোৱাৰ নিষ্ফল প্রয়াস কৰিলোঁ
पर्यायवाची : নিষ্ফল, বিফল, ব্যর্থ
इंस्टॉल करें