सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিজন ব্যক্তি অপৰাধী নহয়
उदाहरण : পুলিচে অপৰাধীৰ ঠাইত নিৰপৰাধীক ধৰি হাজোতত থʼলে
अर्थ : যি অপৰাধী নহয়
उदाहरण : কাশ্মীৰত সন্ত্রাসবাদীয়ে কিমান যে নির্দোষীলোকৰ প্রাণ লʼলে
पर्यायवाची : অনপৰাধী, অপৰাধহীন, নির্দোষী, নিৰপৰাধ
अर्थ : যি পাপ কৰা নাই
उदाहरण : নিষ্পাপ ব্যক্তি ্স্বর্গৰ অধিকাৰী হয় বুলি মনা হয়
पर्यायवाची : নিষ্পাপ, পাপহীন, পাপৰহিত
इंस्टॉल करें