अर्थ : যʼত কোনো ধৰণৰ বিপদ হোৱাৰ সম্ভাৱনা নাথাকে
उदाहरण :
তেওঁ নিৰাপদ জীৱন অতিবাহিত কৰি আছে
अर्थ : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
उदाहरण :
আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
पर्यायवाची : সুৰক্ষিত
अर्थ : যʼত অনাহক আশংকা নাথাকে
उदाहरण :
নিৰাপদ ভৱিষ্যতৰ কল্পনা সকলোৱেই কৰে