सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পশু দেহৰ পিছফালে উলমি থকা দীঘল অংগ
उदाहरण : কুকুৰটোৰ গাত হাত ফুৰাই দিয়াৰ লগে লগে সি তাৰ নেজডাল লৰাবলৈ ধৰিলে
पर्यायवाची : নেগুৰ, পুচ্ছ, লাঙ্গুল, লেজ, লেজু
अर्थ : জীৱ-জন্তু আদিৰ দেহৰ পিছফালে থকা দীঘল অংশ
उदाहरण : গৰু-মʼহ আদিয়ে নেজেৰে মহ-ডাঁহ খেদে
पर्यायवाची : লেজ, লেজু
इंस्टॉल करें