अर्थ : যি ৰাজনীতিৰ ক্ষেত্রত আগুৱাই লৈ যায়
उदाहरण :
সংসদ গৌৰৱ অক্ষুণ্ণ ৰখাটো নেতাসকলৰ হাতত আছে
अर्थ : যিজন ব্যক্তি সকলোতে মুখ্য বা প্রধান
उदाहरण :
মোহন এই সংগঠনটোৰ প্রধান ব্যক্তি
पर्यायवाची : চর্দাৰ, প্রধান ব্যক্তি
अर्थ : কোনো ক্ষেত্র বা বিষয়ত কাৰোবাক নেতৃত্ব দিয়া লোক
उदाहरण :
বাজপেয়ী এগৰাকী ভাল নেতা
पर्यायवाची : নায়ক