अर्थ : নেপালৰ নিবাসী
उदाहरण :
তেওঁ এজন ্নেপালীক নিজৰ ঘৰৰ চোৱা-চিতাৰ কাৰণে ৰাখিছে
पर्यायवाची : নেপাল বাসী, নেপাল-বাসী
अर्थ : নেপাল দেশৰ সৈতে সম্বন্ধ থকা
उदाहरण :
ৰমেশে নেপালী টুপি পিন্ধি আছে
अर्थ : নেপালী ভাষাৰ বা নেপালী ভাষাৰ সৈতে সম্বন্ধ থকা
उदाहरण :
তেওঁৰ ্নেপালী নাটকৰ এটা প্রতিলিপি মোৰ ওচৰতো আছে
अर्थ : নেপালত থকা বা বসতি কৰা
उदाहरण :
তেওঁ এজনী নেপালী ছোৱালী বিয়া কৰিলে