सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো হিচাপতকৈ কম
उदाहरण : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
पर्यायवाची : অপ্রচুৰ, অপ্রতুল, অলপ, অল্প, আংশিক, কম, কিছু, ক্ষণিক, লেশ
अर्थ : কম অংশৰ বা কম অংশৰ সৈতে সম্বন্ধিত
उदाहरण : এই অঞ্চলটোৰ অলপ ঠাই বানপানীত ডুব গৈছে
पर्यायवाची : অলপ, কম
इंस्टॉल करें