सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য
उदाहरण : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া
पर्यायवाची : ঘূৰোৱা, জপোৱা, নুৰিওৱা, মেৰিওৱা
अर्थ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
उदाहरण :
पर्यायवाची : ঘূৰা, ঘূৰোৱা, পকা, পকাই দিয়া, মোহাৰি দিয়া, মোহৰা
अर्थ : ফল আদি প্রস্তুত কৰা বা পকোৱা কার্য
उदाहरण : তেওঁ আম ্পকালে
पर्यायवाची : পক দিয়া
अर्थ : আহাৰ প্রস্তুত কৰা
उदाहरण : মায়ে সকলোৰে কাৰণে আহাৰ ৰান্ধিছে
पर्यायवाची : পগোৱা, ৰন্ধা, ৰন্ধা-বঢ়া কৰা
इंस्टॉल करें