पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পঠন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পঠন   বিশেষ্য

अर्थ : কোনো লেখনিৰ শ্্ব্দবোৰ উচ্চাৰণ কৰি পঢ়া কার্য

उदाहरण : লʼৰা-ছোৱালীবোৰৰ পঠন কার্যত ্শ্রোতাই হাতচাপৰি বজালে

अर्थ : কিতাপ বা লিখনি আদিত লিখিত কথা বা বিষয় চোৱা বা পঢ়া কার্য

उदाहरण : ৰামে বেদ পাঠ কৰি আছে

पर्यायवाची : পঢ়া, পাঠ কৰা

अर्थ : কোনো বিষয়ৰ সকলো দিশৰ বা গূঢ় তত্ত্বৰ জ্ঞান লাভ কৰিবৰ কাৰণে চোৱা, পঢ়া বা বুজা কার্য

उदाहरण : তেওঁ সংস্কৃতৰ অধ্যয়ন কৰিবৰ কাৰণে কাশীলৈ গৈছে

पर्यायवाची : অধ্যয়ন, জ্ঞানার্জন

चौपाल