सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিয়ে পত্র আদি কাৰোবাৰ ওচৰলৈ লৈ যায়
उदाहरण : আজি ৰাতিপুৱাই এজন পত্রবাহকে এই চিঠিখন দি গʼল
पर्यायवाची : পত্র-বাহক, হৰকৰা
अर्थ : চিঠি-পত্র, মানি-্অর্ডাৰ আদি ঘৰে ঘৰে দি ফুৰা ডাক বিভাগৰ কর্ম্্চাৰী
उदाहरण : ডাকোৱালে ঘৰে ঘৰে ঘূৰি চিঠি-পত্র দি ফুৰে
पर्यायवाची : ডাকোৱাল, পিয়ন, পোষ্টমেন
इंस्टॉल करें