अर्थ : গছৰ পাতেৰে সজা জুপুৰী বা পঁ্জা
उदाहरण :
প্রাচীন কালত মুনি, তপস্বী আদিয়ে বনত পর্ণকুটীৰ সাজি বাস কৰিছিল
पर्यायवाची : ্পর্ণ্্শালা
अर्थ : ঘাঁহ-খেৰ আদিৰে সজা সৰু ঘৰ
उदाहरण :
ৰামে গাঁৱৰ বাহিৰত থাকিবৰ কাৰণে এটা পঁ্জা সাজিলে
पर्यायवाची : কুটীৰ, খুপৰি, খেৰীঘৰ, জুপুৰী, টোকোৰা পঁ্জা, পঁ্জা, বহা, ্পর্ণ্্শালা