पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পলাতক शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পলাতক   বিশেষ্য

अर्थ : পলাই যোৱা লোক

उदाहरण : পুলিচে পলাতকক বিচাৰি ফুৰিছে

पर्यायवाची : পলায়নকাৰী, পলৰীয়া

পলাতক   বিশেষণ

अर्थ : পলাই যোৱা

उदाहरण : পুলিচে পলাতক অপৰাধীৰ তালাচী চলাই আছে

पर्यायवाची : পলায়নকাৰী, পলায়িত, পলৰীয়া, ফেৰাৰ

अर्थ : পলায়ন কৰোতা

उदाहरण : সেনাপতিয়ে যুদ্ধৰ পৰা পলৰীয়া সৈনিকবোৰক গুলী মাৰিলে

पर्यायवाची : পলায়নকাৰী, পলায়নশীল, পলায়িত, পলৰীয়া

अर्थ : যি নিজৰ পতি বা পত্নীক এৰিছে আৰু চোৱাচিতা কৰিবলৈ এৰি দিছে

उदाहरण : তেওঁ পলাতক ব্যক্তিৰ পৰা নিজৰ অধিকাৰ নিশ্চয় বিচাৰিব লাগে

अर्थ : যি সেৱাৰ প্রতি অনীহা দেখুৱায় বা সেৱা নকৰি পলাই গুচি যায় (বিশেষভাৱে সৈন্যবাহিনীৰ সেৱা)

उदाहरण : ৰজাই পলাতক সৈনিকবোৰক প্ৰাণদণ্ড বিহাৰ ঘোষণা কৰিলে

चौपाल