पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পাথৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পাথৰ   বিশেষ্য

अर्थ : শিলৰ টুকুৰা

उदाहरण : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল

पर्यायवाची : অশ্ম, উপল, পাষাণ, প্রস্তৰ, শিলগুটি, শিলাখণ্ড, শৈলখণ্ড

अर्थ : সৰু আকাৰৰ শিল

उदाहरण : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে

पर्यायवाची : শিল, শিলগুটি

अर्थ : মুত্রাশয় আদিত পাথৰৰ সৰু-সৰু টুকুৰা জমা হোৱা এবিধ ৰোগ

उदाहरण : শ্যামে এজন নামী চিকিৎসকৰ সৈতে পাথৰৰ চিকিৎসাৰ কৰিলে

अर्थ : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়

उदाहरण : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা

पर्यायवाची : প্রস্তৰ, শিল, শিলাখণ্ড

अर्थ : শিল বা অন্য কোনো বস্তুৰ সৰু টুকুৰা:আজিকালি চাউলৰ বেপাৰীয়ে চাউলত শিলগুটি মিলাই বক্রী কৰে

उदाहरण :

पर्यायवाची : শিলগুটি

अर्थ : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে

उदाहरण :

पर्यायवाची : অশ্ম, উপল, পাষাণ, প্রস্তৰ, শিল, শিলা, ষ্টোন

चौपाल