पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পালন কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পালন কৰা   ক্ৰিয়া

अर्थ : কাৰোবাৰ কথা, আদেশ আদিৰ অনুসৰি কাম কৰা

उदाहरण : তেওঁ ্মোৰ আজ্ঞা পালন নকৰিলে

पर्यायवाची : মানি চলা

अर्थ : পশু, পক্ষী আদিক নিজৰ ওচৰত খুৱাই-বোৱাই ৰখা:কোনো কোনো লোকে চখতে কুকুৰ, মেকুৰী, ভাটৌ আদি পোহে

उदाहरण :

पर्यायवाची : পালা, পোহ-পাল দিয়া, পোহা

अर्थ : চৰিতার্থ ্কৰা

उदाहरण : তেওঁৰ ্ৰামৰ অভিনয় বৰ ভালদৰে কৰিলে

पर्यायवाची : কৰা

अर्थ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা

उदाहरण : মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে

पर्यायवाची : চকু-কাণ দিয়া, চম্ভালা, দায়িত্ব বহন কৰা

अर्थ : ভোজন,বস্ত্র আদি দি জীৱন ৰক্ষা কৰা

उदाहरण : সকলোৰে মাক-দেউতাকে নিজৰ শকতি অনুযায়ী লʼৰা-ছোৱালীৰ লালন-পালন কৰে

पर्यायवाची : প্রতিপালন কৰা, লালন-পালন কৰা

चौपाल