सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ধর্মৰ আঁৰত ্স্বার্থ পূৰণ কৰা মানুহ
उदाहरण : পাষণ্ডৰ পাশত পৰি মোহিনীয়ে বহুত পস্তালে
अर्थ : নিজৰ আচল স্বৰূপ লুকুৱাই ৰাখি এক অন্য ধৰণৰ স্বভাৱ দেখুৱাব খোজা মানুহ
उदाहरण : মহাপুৰুষ কবীৰে ভণ্ডবোৰক তীব্রভাৱে ব্যঙ্গ কৰিছে
पर्यायवाची : কপটাচাৰী, ভণ্ড
अर्थ : ধর্মৰ অচিলা লৈ স্বার্থপূৰণ কৰোঁতালোক
उदाहरण : বর্ত্্মানৰ সমাজ পাষণ্ডলোকেৰে ভৰি আছে
इंस्टॉल करें