अर्थ : বনৰীয়া আৰু ঘৰচীয়া হিচাপে পোৱা যোৱা এবিধ মজলীয়া আকাৰৰ চৰাই, যাক শান্তিৰ প্রতীক হিচাপে গণ্য কৰা হয়:আগৰ দিনত পাৰ চৰাইয়ে বার্তাবাহকৰ কাম কৰিছিল
उदाहरण :
पर्यायवाची : পাৰ চৰাই
अर्थ : সন্মুখত থকা অন্য ফাল
उदाहरण :
আন্ধাৰ হোৱাৰ আগতেই আমি জংঘল পাৰ হোৱা উচিত
अर्थ : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা
उदाहरण :
নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে
पर्यायवाची : তীৰ
अर्थ : পাৰ পোৱা বা পাৰত উপনীত হোৱা কার্য
उदाहरण :
ৰামদেৱে নদী পাৰ হʼবৰ কাৰণে মাজীৰ পৰা নাওখন বিচাৰিলে