पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পাৰ   বিশেষ্য

अर्थ : বনৰীয়া আৰু ঘৰচীয়া হিচাপে পোৱা যোৱা এবিধ মজলীয়া আকাৰৰ চৰাই, যাক শান্তিৰ প্রতীক হিচাপে গণ্য কৰা হয়:আগৰ দিনত পাৰ চৰাইয়ে বার্তাবাহকৰ কাম কৰিছিল

उदाहरण :

पर्यायवाची : পাৰ চৰাই

अर्थ : সন্মুখত থকা অন্য ফাল

उदाहरण : আন্ধাৰ হোৱাৰ আগতেই আমি জংঘল পাৰ হোৱা উচিত

अर्थ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে

उदाहरण :

पर्यायवाची : কাষ, কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, বলুকা, সৈকত

अर्थ : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা

उदाहरण : নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে

पर्यायवाची : তীৰ

अर्थ : মানুহে নাৱত উঠিবলৈ, পানী ভৰাবলৈ বা গা ধুবলৈ ব্যৱহাৰ কৰা নদী আৰু জলাশয়ৰ কাষৰ ঠাই:তেওঁ ্ ঘাটত বহি নাৱৰ বাবে অপেক্ষা কৰি আছিল

उदाहरण :

पर्यायवाची : ঘাট, পাৰ-ঘাট, পাৰা

अर्थ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ

उदाहरण : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে

पर्यायवाची : কাষ, কিনাৰ, দাঁতি

अर्थ : পাৰ পোৱা বা পাৰত উপনীত হোৱা কার্য

उदाहरण : ৰামদেৱে নদী পাৰ হʼবৰ কাৰণে মাজীৰ পৰা নাওখন বিচাৰিলে

चौपाल