पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পিছত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পিছত   বিশেষ্য

अर्थ : কোনো বস্তু আদিৰ পিছৰ অংশ

उदाहरण : সন্ত্রাসবাদী ঘৰটোৰ পিছফালে লুকাই আছিল

पर्यायवाची : পশ্চভাগ, পিছফাল

পিছত   ক্ৰিয়া বিশেষণ

अर्थ : উল্লেখ কৰা বা নির্দিষ্ট হৈ থকা কোনো সময় পাৰ হৈ যোৱা সময়ছোৱা:এই কামটো কৰাৰ পিছতহে মই ঘৰলৈ যাম

उदाहरण :

पर्यायवाची : অৱশেষত, পৰবর্তী, পৰিশেষত, শেষকালত, শেষত

अर्थ : সময়, দূৰত্ব আদিত পিছৰ ফালে

उदाहरण : আমি বিকাশৰ ক্ষেত্রত আমেৰিকাতকৈ ভালেখিনি পিছত আছো

अर्थ : কিহবাৰ সন্দর্ভত (্কার্য আদিক পৰিণতি দিয়াৰ)

उदाहरण : এই হত্যাৰ পিছত কাৰ হাত থাকিব পাৰে

चौपाल