पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পিটা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পিটা   ক্ৰিয়া

अर्थ : হাত ভৰি আদিৰে একেৰাহে মাৰি থকা

उदाहरण : পুলিচে চোৰটোক খুব পিটিলে

पर्यायवाची : পিতন দিয়া

अर्थ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা

उदाहरण : পুলিচে চোৰটোক লাঠিৰে মাৰিছে

पर्यायवाची : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, প্রহাৰ কৰা, মৰা

अर्थ : মৰিয়াই কোনো বস্তুক চেপেটা কৰা

उदाहरण : কমাৰে লোহাৰ সঁজুলি বনোৱাৰ সময়ত জুইত লোহা গৰম কৰি পিটে

चौपाल