सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাগজ-পত্র অনা-নিয়া কৰা, বিষয়াৰ আদেশ মনা বা প্রয়োজন অনুসৰি:মোৰ কার্যালয়ৰ পিয়নজনৰ হাতত কিছুমান কামৰ দায়িত্ব ন্যস্ত থাকে
उदाहरण :
पर्यायवाची : চাপৰাচী, চাপৰাছী, পিয়াদা, ্ অর্ডালি
अर्थ : কার্যালয়ৰ চিঠিপত্র অনা-নিয়া আদি কাম কৰা কর্ম্্চাৰী
उदाहरण : পিয়নজনে হাতত ফাইল লৈ দণ্ডাধিকাৰীৰ পিছে-পিছে গʼল
पर्यायवाची : চাপৰাচী
अर्थ : চিঠি-পত্র, মানি-্অর্ডাৰ আদি ঘৰে ঘৰে দি ফুৰা ডাক বিভাগৰ কর্ম্্চাৰী
उदाहरण : ডাকোৱালে ঘৰে ঘৰে ঘূৰি চিঠি-পত্র দি ফুৰে
पर्यायवाची : ডাকোৱাল, পত্রবাহক, পোষ্টমেন
इंस्टॉल करें