पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পীড়া शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পীড়া   বিশেষ্য

अर्थ : মনে অসন্তোষ আৰু কষ্ট পোৱা এনে এক অৱস্থা বা কথা যাৰ যোগেদি মনোকষ্ট লাঘৱৰ বাবে স্বাভাৱিক প্রবৃত্তিৰ মূর্ত ্ প্রকাশ ঘটে

उदाहरण : দুখত পৰিলেহে ৰাম নাম লʼবলৈ মনত পৰে

पर्यायवाची : অসুখ, কষ্ট, দুঃখ, দুখ, বেজাৰ, বেদনা, মনঃক্লেশ, মনস্তাপ, যাতনা, শোক, সন্তাপ

अर्थ : শৰীৰত আঘাত পালে, ঘা হʼলে অথবা মোচোকা খালে অনুভৱ হোৱা অৱস্থা

उदाहरण : ৰোগীৰ কষ্ট দিনে-দিনে বাঢ়িহে গৈছে

पर्यायवाची : কষ্ট, কৃচ্ছ্র, ক্লিষ্টতা, ক্লেশ, নিকাৰ, বেদনা, ব্যথা, যন্ত্রণা, যাতনা

अर्थ : মাজে মাজে হোৱা বিষ

उदाहरण : এনে লাগিছে যেন বিষত মোৰ প্রাণ যায়

पर्यायवाची : বিষ, বিষ বেদনা, বিষ-বেমাৰ

अर्थ : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট

उदाहरण : ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে

पर्यायवाची : অন্তর্দাহ, অসুখ, ক্লেশ, দুঃখ, দুখ, বিষাদ, বেজাই, বেজাৰ, বেদনা, ব্যথা, মনঃক্লেশ, মনস্তাপ, মনোকষ্ট, যন্ত্রণা, যাতনা, শোক, শোগ, সন্তাপ

चौपाल