सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সৰু আকাৰৰ জলাধাৰ বা খাল
उदाहरण : তেওঁ পুখুৰীত মাছ মাৰি আছে
पर्यायवाची : ক্ষুদ্র সৰোবৰ, পুষ্কৰিনী
अर्थ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
उदाहरण : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
पर्यायवाची : খাল, জলাশয়, নাদ পুষ্কৰিণী, সৰসী, সৰোবৰ, হ্রদ
इंस्टॉल करें