सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সৰু লʼৰা-ছোৱালীয় খেলিবৰ কাৰণে কাপোৰ প্লাষ্টিক আদিৰে মানুহৰ আকৃতিৰ নিচিনাকৈ সজা খেলা সামগ্রী
उदाहरण : শিশুৱে পুতলা লৈ খেলি আছে
पर्यायवाची : পুতলা, পুতলি
अर्थ : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ
उदाहरण : দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়
पर्यायवाची : পুতলা
इंस्टॉल करें