सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মৃত্যু ঘটাৰ পিছত পুনৰ আন শৰীৰৰ ৰূপত জন্ম গ্রহণ কৰা কার্য
उदाहरण : ধর্মীয় মত অনুসৰি যিজন ব্যক্তিয়ে মোক্ষ লাভ কৰে তেওঁৰ পুনৰ-জনম নহয়
पर्यायवाची : পুনর্জীৱন, পুনৰ-জনম, পুনৰ-জীৱন, পুনৰজন্ম
अर्थ : আত্মাই এটা শৰীৰ ত্যাগ কৰি আন এটা শৰীৰত প্রৱেশ কৰা কার্য
उदाहरण : হিন্দুৱে পুনর্জন্মত বিশ্বাস কৰে
पर्यायवाची : ্দেহান্তৰ
इंस्टॉल करें