पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পুনৰাবৃত্তি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পুনৰাবৃত্তি   বিশেষ্য

अर्थ : কোনো পদৰ প্ৰথম অংশৰ পৰা কিছুমান বাক্য তাৰ পিছৰ ভাগত অৰ্থ স্পষ্ট কৰিবৰ কাৰণে অনা কাৰ্য

उदाहरण : এই কবিতাটোত ভালেমান ঠাইত পুনৰাবৃত্তি হৈছে

अर्थ : বাৰে-বাৰে কৰা কোনো কামৰ অভ্যাস

उदाहरण : এই বাক্যত ৰাম শ্্ব্দৰ পুনৰাবৃত্তি তিনিবাৰ হৈছে

पर्यायवाची : আবৃত্তি

अर्थ : কোনো স্থানত কোনো নিয়ম বাৰে-বাৰে লগোৱা কার্য

उदाहरण : ইয়াৰ পুনৰাবৃত্তি আৱশ্যক নহয়

अर्थ : কাৰোবাক কোৱা কোনো কথা পুনৰ দোহৰা কাৰ্য

उदाहरण : মাকৰ মুখৰ পৰা শিশুৰ পুনৰাবৃত্তি শুনি তেওঁ হাঁহি দিলে

पर्यायवाची : পুনৰকথন

चौपाल