पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পুৰণিকলীয়া शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পুৰণিকলীয়া   বিশেষণ

अर्थ : যিটো প্রচলিত নহয়

उदाहरण : তুমি সদায় অপ্রচলিত সাজ-পোছাকেই কিয় পিন্ধা ?

पर्यायवाची : অপ্রচলিত, অব্যৱহৃত, নচলা, পুৰাতন, প্রচলনহীন

अर्थ : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

उदाहरण : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

पर्यायवाची : অতীত, অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰাতন, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া

अर्थ : পাৰ হৈ যোৱা সময়ৰ সৈতে সম্বন্ধিত

उदाहरण : পুৰণিকলীয়া কাজিয়া-পেচালবোৰ পাহৰি আমি বন্ধুত্বৰ হাত আগবঢ়োৱা উচিত

पर्यायवाची : অতীত কালীন, পূর্বক্ালীন, ভূতকালীন

चौपाल