सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তুৰ মধ্য ভাগ
उदाहरण : গুল্লীৰ পেটটো মোটা আৰু মূৰ দুটা জোঙা
अर्थ : ভোজন কৰা পদার্থ পেটৰ ভিতৰত একগোট হৈ থকা মোনাৰ দৰে অংশ
उदाहरण : অধিক মছলাযুক্ত আহাৰ খালে পেটৰ গণ্ডগোল হʼব পাৰে
पर्यायवाची : আমাশয়, উদৰ
अर्थ : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি
उदाहरण : মই সাতটা পেটক ভৰাব লাগে
पर्यायवाची : মুখ
अर्थ : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি
उदाहरण : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম
पर्यायवाची : চিত্ত, মগজু, মন, মানস
अर्थ : শৰীৰৰ বুকুৰ তলৰ অংশ বা ভাগ:তিনি দিন খোৱা-বোৱা নকৰাত তেওঁৰ পেট-পিঠি সমান হৈ আছিল
उदाहरण :
पर्यायवाची : উদৰ, গর্ভ, জঠৰ
अर्थ : ফুলি থকা পেটৰ আগবাঢ়ি থকা অংশ
उदाहरण : নিয়মিত ব্যায়াম কৰিলে পেট নোলায়
पर्यायवाची : উদৰ
इंस्टॉल करें