सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বহুত খাব পৰা ব্যক্তি
उदाहरण : ৰামানন্দ বৰ খাইকহ, সি এবাৰত বহুত ভাত খাব পাৰে
पर्यायवाची : খাইকহ, জীয়াভূত, ৰাক্ষহ
अर्थ : ডাঙৰ পেটযুক্ত
उदाहरण : পেটুৱা সকলে নিয়মিত ব্যায়াম কৰিব লাগে
अर्थ : খাদ্য বা পানীয় আদি বেছিকৈ খোৱাৰ ৰুচি থকা লোক
उदाहरण : খোৱাৰ বাবত ইমান সময় দিয়াটো আপোনাৰ দৰে খকুৱা ব্যক্তিৰ কাৰণেহে সম্ভৱ
पर्यायवाची : অতিভোজী, ঔদৰিক, খকুৱা
इंस्टॉल करें