सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বিষয়, মত বা কথাক বহু লোকৰ আগত দাঙি ধৰা কার্য
उदाहरण : কোম্পানীবোৰে টিভি আদিৰ মাধ্যমেৰে নিজৰ উৎপাদিত সামগ্রীৰ প্রচাৰ চলায়
पर्यायवाची : বিজ্ঞাপন
अर्थ : কোনো বস্তু প্রসাৰিত হৈ থকা কার্য
उदाहरण : শিক্ষাৰ প্রসাৰেহে দেশৰ উন্নতি সাধিব পাৰিব
पर्यायवाची : প্রসাৰ, বিস্তাৰ
इंस्टॉल करें