पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से প্রচুৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

প্রচুৰ   বিশেষণ

अर्थ : বহুত বেছি

उदाहरण : মহাজন মুৰাৰীলালৰ হাতত প্রচুৰ ধন আছে তেওঁ ্তোমাক বহুত অত্যধিক ভাল পায়

पर्यायवाची : অত্যধিক, বিপুল, বিস্তৰ

अर्थ : যি পৰিমাণত বেছি

उदाहरण : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

पर्यायवाची : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, বৰ, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ

चौपाल