सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো লুকুওৱা যোগ্য
उदाहरण : এইটো গোপনীয় কথা, ৰামুক নকʼবা
पर्यायवाची : অপ্রকট্য, অপ্রকাশ্য, গুপ্ত, গোপনীয়, গোপ্য, চাপাচী, লুক্কায়িত
अर्थ : যিটো লুকুৱাই থোৱা হৈছে
उदाहरण : তেওঁ এই বিষয়ৰ লগত সম্বন্ধিত এটা গোপনীয় কথা কʼলে
पर्यायवाची : অজ্ঞাত, অপ্রকাশ্য, গুপ্ত, গুহ্য, গোপন, গোপনীয়, চাপাচী, নিগূঢ়, লুক্কায়িত
अर्थ : লুকাই থকা বা ঢাকি থোৱা
उदाहरण : আচ্ছাদিত ঘৰটোৰ প্রতিটো কোণত ভুমুকি মৰা হৈছে
पर्यायवाची : আচ্ছাদিত, আবৃত
अर्थ : যাক কোনো বস্তু আদিৰে ঢাকি থোৱা হৈছে
उदाहरण : লʼৰাটোৱে মেঘেৰে ঢকা আকাশখন চাই আছিল
पर्यायवाची : আচ্ছন্ন, আচ্ছাদিত, আবৃত, ঢকা-, প্রচ্ছাদিত আৱৰা-, সমাচ্ছন্ন
इंस्टॉल करें