सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাক দৃঢ়তা বা প্রতিজ্ঞাপূর্বক কোনো কামক কৰাৰ বা নকৰাৰ বাবে কোৱা
उदाहरण : ভীষ্মই সত্যৱতীক আজীৱন ব্রহ্মচাৰী হৈ থকাৰ বচন দিছিল
पर्यायवाची : কথা দিয়া, বচন দিয়া
अर्थ : কিবা কৰা বা নকৰা বিষয়ত নিশ্চিত কৰা
उदाहरण : ভীষ্মই আজীৱন ্ ব্রহ্মচর্য ব্রত ্ পালন কৰিম বুলি প্রতিজ্ঞা কৰিছিল
पर्यायवाची : অংগীকাৰ কৰা, পণ কৰা, শপত লোৱা, সংকল্প লোৱা
इंस्टॉल करें