अर्थ : যি প্রতিযোগিতাত ভাগ লয়
उदाहरण :
চুটি-চাপৰ মুষ্টিযুজাঁৰুজনে নিজৰ প্রতিযোগীক সহজেই হৰুৱালে
पर्यायवाची : প্রতিযোগী
अर्थ : স্পর্ধা বা প্রতিদ্বন্দিতা কৰোঁতা
उदाहरण :
মুষ্টিযোদ্ধাজনে প্রতিদ্বন্দী ব্যক্তিজনক মাটিত বগৰাই পেলালে
पर्यायवाची : প্রতিযোগী